
Jibesh Roy
@jibeshroy12
Ex.General Secretary of AKRSU & E.M,(KAC)&Secretary,State BJP,Obc Morcha.
ID: 1248115977528602626
09-04-2020 05:10:23
350 Tweet
707 Followers
912 Following

শ্ৰীৰামপুৰ,(গোসাইগাও) ৰাতি ৮ বজাত।। Himanta Biswa Sarma BJP Assam Pradesh Ashok Singhal Bhabesh Kalita


fb.watch/8VaiJynZPm/@hi… Himanta Biswa Sarma BJP Assam Pradesh Bhabesh Kalita BJP Assam Pradesh Pramod Boro

#গোসাইগাও সমষ্টিত আজি অন্তিম প্ৰচাৰ!!মিত্ৰজোঁট ৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ জয় নিশ্চিত।।@Himanta Biswa Sarma Bhabesh Kalita Ashok Singhal BJP Assam Pradesh Pramod Boro


আজি সন্ধিয়া চিৰাং জিলা আক্ৰাছুৰ উদ্যোগত আয়োজিত মুকলি সভাত। All KochRajbongshi Students' Union (AKRSU) BJP Assam Pradesh


ভাৰতীয় জনতা পাৰ্টীৰ #ধুবুৰী_পুৱ জিলাৰ অন্তৰ্গত #ৰানীগঞ্জ_মন্ডল সমিতিৰ কাৰ্যনিৰ্বাহক সভাত মন্ডল ৰ নেতৃবৰ্গ /কাৰ্য্যকৰ্তাসকলোৰ সৈতে বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিলো। Bhabesh Kalita Himanta Biswa Sarma Jayanta Mallabaruah BJP Assam Pradesh


আজি অসম চৰকাৰৰ #শিক্ষা_আৰু_WPT_BC বিভাগৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া ৰ সৈতে KACৰ বাজেটৰ লগতে উন্নয়ন ৰ বিভিন্ন দিশত অভয়াপুৰী SDO (civil) কাৰ্য্যলায় সভাকক্ষ ত আলোচনা কৰা হয়। Jayanta Mallabaruah Himanta Biswa Sarma Ranoj Pegu All KochRajbongshi Students' Union (AKRSU)


প্ৰতিজন বিজয়ী প্ৰাৰ্থী লৈ অভিনন্দন ও শুভ কামনা জনালো। Bhabesh Kalita Jayanta Mallabaruah Ashok Singhal Himanta Biswa Sarma Phanindranath Sharma


অসমৰ #উপনিৰ্বাচনত পাঁচ টা সমষ্টিতে BJP মিত্ৰজোট ৰ প্ৰাৰ্থী ক বৃহৎ ব্যৱধানত বিজয়ী কৰা বাবে ৰাইজক ধন্যবাদ জনালোঁ।লগতে অনাগত দিনত HCM Dr.Himanta biswa sharma দেৱ ৰ নেতৃত্ব ত নিশ্চিতভাৱে #উন্নয়ন ৰ গতিধাৰা অৱ্যাহত থাকিবো। Bhabesh Kalita Himanta Biswa Sarma Ashok Singhal


#উপ_নিৰ্বাচনত জয়ী বিধায়ক সকলোৰ শপত গ্ৰহণ অনুষ্ঠান ৰ পিছত একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ সময়ত বিধায়ক #ৰুপজোতি_কুৰ্মি ডাঙৰীয়া ক শামুক খোৱা ৰ কিটিপ শিকাই দিলো বিধান সভাৰ অধক্ষ্য মাননীয় #বিশ্বজিত_দৈমাৰী ৰ সৈতে একেলগে Ashok Singhal Himanta Biswa Sarma Jayanta Mallabaruah Rupjyoti Kurmi

#আৰক্ষী বিভাগৰ বিভিন্ন পদৰ বাবে বিনামূলীয়াকৈ #প্ৰশিক্ষণ_শিবিৰ মুকলি অনুষ্ঠান ত উপস্থিত থাকি শিবিৰ টো মুকুলি কৰা হল। Ashok Singhal Himanta Biswa Sarma Himanta Biswa Sarma Jayanta Mallabaruah

গোলকগঞ্জত আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত আমন্ত্ৰণ মৰ্মে অংশগ্ৰহণ কৰোঁ। Jayanta Mallabaruah BJP Assam Pradesh Himanta Biswa Sarma


মাননীয় মুখ্যমন্ত্ৰী দেৱৰ কঠোৰ স্হিতিক সলাগ লৈছো। Himanta Biswa Sarma Jayanta Mallabaruah Phanindranath Sharma BJP Assam Pradesh


ৰাজ্যৰ সংবাদকৰ্মী সকলৰ উমৈহতীয়া মঞ্চ জাৰ্নেলিষ্ট এচ'চিয়েচন ফৰ আসামৰ দ্বাৰা প্ৰদান কৰা "জাফাৰ ২০২১ বৰ্ষৰ " #Youth_Politician" শিতানত বঁটা গ্ৰহণ কৰা মূহুৰ্তত।।Himanta Biswa Sarma Jayanta Mallabaruah Phanindranath Sharma Bhabesh Kalita


ধুবুৰী জিলাৰ গোলকগঞ্জ ত #জাতীয়_শ্বহীদ_দিৱস অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা দেৱ ৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ তৰফৰ পৰা২৫ গৰাকীকৈ শ্বহীদ পৰিয়াল ক পাঁচ লাখ টকা কৈচেক বিতৰণ কৰা হয়। Himanta Biswa Sarma Jayanta Mallabaruah Narendra Modi


Big Congratulations Hone'ble C.M Of Assam Dr.Himanta biswa Sharma.. Himanta Biswa Sarma Narendra Modi Chief Minister Assam


অসম বাসী হিচাপে গৌৰাম্বিত। Himanta Biswa Sarma Jayanta Mallabaruah All KochRajbongshi Students' Union (AKRSU)


#শুভ_ৰাতিপুৱা বন্ধুসকল!#স্বাস্থ্যই_পৰম_ধন। #তেহে_পাবা_আচল_জীৱন।। ৰাতিপুৱাই এইদৰে চাইকেল খন লৈ।।। Good morning #Fit_India 🇮🇳 #Fit_Assam Himanta Biswa Sarma Jayanta Mallabaruah Bhabesh Kalita


#কংগ্ৰেছৰ বিৰুদ্ধে #এজাহাৰ আমিও দিবো পাৰো l মাননীয় মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ই কোৱা কথাষাৰ কংগ্ৰেছে যুক্তিৰে খণ্ডন কৰক!! মুখ্যমন্ত্ৰী ডাঙৰীয়া ই যি কৈছে বাস্তৱ আৰু সচাঁ কথাকে কৈছে।#we_support_HCM_Dr_Himanta_biswa_sharma Himanta Biswa Sarma

কোচ ৰাজবংশীৰ বীৰত্ব তথা সমগ্ৰ #অসমীয়া_জাতিৰ শৌর্য,স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক বিশ্ব মহাবীৰ 'চিলাৰায় দিৱস'ৰ শুভক্ষণত বীৰজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।। Himanta Biswa Sarma All KochRajbongshi Students' Union (AKRSU) Jayanta Mallabaruah
