jakir Hussain Sikdar
@jakirsikdarmla
Working President @INCAssam; MLA, LA 46 Sarukhetri.
ID: 1036609221939195905
https://www.facebook.com/jakirhussainsikder 03-09-2018 13:37:52
669 Tweet
4,4K Followers
117 Following
আজি সন্তোষপুৰ,চৰুৱাবাক্ৰা, চিৰাকুটি ১ নং খণ্ড, চিৰাকুটি ২ নং খণ্ড আদি অঞ্চলৰ উচ্ছেদিত পৰিয়ালৰ কাষত। যিদৰে অমানৱীভাৱে এইসকল লোকক ঘৰৰ পৰা উচ্ছেদ কৰিছে তেনেদৰেই অসমবাসীয়ে উচ্ছেদকাৰীসকলক দিছপুৰৰ পৰা উচ্ছেদ কৰিব। Gaurav Gogoi
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক Jitendra Singh Alwar ডাঙৰীয়াৰ উপস্থিতিত আজি অনুষ্ঠিত হোৱা প্ৰদেশ কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰিলোঁ। Mallikarjun Kharge Rahul Gandhi Jitendra Singh Alwar K C Venugopal Gaurav Gogoi
Attend Satirtha Sanmilan at hotel kiranshree Mallikarjun Kharge Rahul Gandhi K C Venugopal Jitendra Singh Alwar Prithviraj Sathe Gaurav Gogoi
আজি কামৰূপ গ্ৰাম্য জিলাৰ নৱগঠিত বকো-ছয়গাঁও আৰু ছমৰীয়া সমষ্টিৰ বনগাঁও ব্লকৰ অধীনস্থ শান্তি নিজৰা ক্লাবত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশাল জনসভাত অসম প্ৰদেশ কংগ্ৰেছ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাষণ Gaurav Gogoi
আজি কামৰূপ গ্ৰাম্য জিলাৰ নৱগঠিত বকো-ছয়গাঁও আৰু ছমৰীয়া সমষ্টিৰ বনগাঁও ব্লকৰ অধীনস্থ শান্তি নিজৰা ক্লাবত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশাল জনসভাত লোকসভাৰ বিৰোধী দলৰ দলপতি,আমাৰ নেতা Rahul Gandhi ডাঙৰীয়াৰ ভাষণ। Rahul Gandhi
আজি কামৰূপ গ্ৰাম্য জিলাৰ নৱগঠিত বকো-ছয়গাঁও আৰু ছমৰীয়া সমষ্টিৰ বনগাঁও ব্লকৰ অধীনস্থ শান্তি নিজৰা ক্লাবত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশাল জনসভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি Mallikarjun Kharge ডাঙৰীয়াৰ ভাষণ। Mallikarjun Kharge
আজি কামৰূপ গ্ৰাম্য জিলাৰ নৱগঠিত বকো-ছয়গাঁও আৰু ছমৰীয়া সমষ্টিৰ বনগাঁও ব্লকৰ অধীনস্থ শান্তি নিজৰা ক্লাবত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশাল জনসভাত অসম প্ৰদেশ কংগ্ৰেছ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাষণ Gaurav Gogoi
পাকা বেতবাৰী সমষ্টিত কংগ্ৰেছৰ জয় যাত্ৰা অব্যাহত। ঘিলাজাৰী -ৰূপসী আঞ্চলিকৰ দৰেই পাকা বেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু উপ-সভাপতি হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ক্ৰমে সাহিনা বেগম আৰু ময়নাল হক বিজয়ী হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ Gaurav Gogoi

আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ শেহতীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰ সফল সামৰণিৰ পাছত বিমানবন্দৰত কৃতজ্ঞতা জনোৱাৰ বিশেষ মুহূৰ্ত্ত। Mallikarjun Kharge Rahul Gandhi K C Venugopal Jitendra Singh Alwar Gaurav Gogoi
বঙাইগাঁও জিলাত গড়কাপ্তানী বিভাগত কৰ্মৰত সহকাৰী অভিযন্তা জ্যোসিতা দাসৰ আত্মহত্যাৰ ঘটনা খুবেই দুৰ্ভাগ্যজনক। এই ঘটনাৰ চি বি আইৰ দ্বাৰা তদন্ত কৰি দোষীক উপযুক্ত শাস্তিৰ দাবী কৰি আজি বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। Gaurav Gogoi
#justiceForJyoshita Gaurav Gogoi