Gauhati University
@gauhatiuniv
Gauhati University, established on January 26, 1948, is a premier state university and a leading research institution in India.
NAAC A+ Grade Institution
ID: 2926863174
http://www.gauhati.ac.in 11-12-2014 14:31:48
929 Tweet
3,3K Followers
33 Following
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ উদ্যোগত তথা অধ্যাপক উমাকান্ত দেৱ শৰ্মা ফাউণ্ডেচনৰ সহযোগত আয়োজিত 'আচাৰ্য যোগীৰাজ বসু সোৱঁৰণী বক্তৃতানুষ্ঠান'ত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে এক মননশীল জ্ঞানবৰ্ধক ভাষণ প্ৰদান কৰে। #Sanskrit #MemorialLecture Nani Gopal Mahanta
অসমৰ মহামহিম ৰাজ্যপাল মাননীয় শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱৰ উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমৰ মাধ্যমিক শিক্ষা পৰ্যায়ত আৰু মহাবিদ্যালয় পৰ্যায়ত এনইপি ২০২০ প্ৰয়োগৰ সম্পৰ্কত বৈঠক (গুৱাহাটী মণ্ডল) সম্পন্ন। #NEP2020 #HigherEducation लक्ष्मण प्रसाद आचार्य (Lakshman Prasad Acharya) Ranoj Pegu