Diganta Borah(@Diganta82288504) 's Twitter Profileg
Diganta Borah

@Diganta82288504

।। জয় আই অসম ।। জয়তু জননী।। স্বভিমানী অসমীয়া। Proud Assamese.RT/Likes are not endorsement.

ID:1074292876195049472

calendar_today16-12-2018 13:19:15

17,5K Tweets

11,2K Followers

2,0K Following

Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

একমাত্ৰ ঔষধ কোম্পানীৰ স্বাৰ্থত জোৰ জবৰদস্তি দিয়া হৈছিল Covid ভেকচিন।

কথাবোৰ এতিয়া খোলাখুলি হৈ গ'ল। সাধাৰণ মানুহৰ জীৱন বচাবলৈ নহয়,চৰকাৰৰ চন্দুক ভৰাবলৈহে দিয়া হৈছিল ক'ভিড ভেকচিন। সেই দিনবোৰলৈ মনত পেলাওকছোন। ক'ভিড ভেকচিন ল'বই লাগিব। আপুনি ক'ভিড ভেকচিন নোলোৱা মানে আপুনি যেন

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

আপোনালোকে কি বুলি ভাবে ?
মই কিন্তু এইবোৰক যুৱ প্ৰজন্মৰ উশৃংখলতা হিচাপেহে অভিহিত কৰিম।

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

এইবোৰ কি ? একেবাৰে সহ্যৰ বাহিৰত দেখোন।
যোৰহাট বাসীয়ে ইয়াৰ বিৰুদ্ধে অতি সোনকালে পদক্ষেপ লওক।এনেকৈ যাৰ যি মন যায় কৰি থাকিলে হ'ব নেকি ?কোনোবাই ক'ব বিহু সনাতনী ধৰ্মীয় উৎসৱ কোনোবাই আকৌ পাতিব ঈদ-বিহু প্ৰীতি সন্মিলন আৰে গৰু গাধহঁত বিহু আমাৰ জাতীয় উৎসৱ হয়।ভালকৈ বুজি ল কোনো ধৰ্মীয়

এইবোৰ কি ? একেবাৰে সহ্যৰ বাহিৰত দেখোন। যোৰহাট বাসীয়ে ইয়াৰ বিৰুদ্ধে অতি সোনকালে পদক্ষেপ লওক।এনেকৈ যাৰ যি মন যায় কৰি থাকিলে হ'ব নেকি ?কোনোবাই ক'ব বিহু সনাতনী ধৰ্মীয় উৎসৱ কোনোবাই আকৌ পাতিব ঈদ-বিহু প্ৰীতি সন্মিলন আৰে গৰু গাধহঁত বিহু আমাৰ জাতীয় উৎসৱ হয়।ভালকৈ বুজি ল কোনো ধৰ্মীয়
account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিয়ে চৰম পন্থা বাচি লোৱাৰ এটা পৰিবেশ আহিব লাহে লাহে।
অপ্ৰিয় সত্য।

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

ধন্যবাদ দাদা National Anthem বুলি যে নিলিখিলে। উফ ৰক্ষা !
BTW আজি আন্তৰ্জাতিক নৃত্য দিৱসৰ এই শুভ দিনটোত আপোনালোক আটাইকে শুভকামনা যাচিলোঁ।

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

এইবাৰ আকৌ নিযুত মইনা আঁচনি। মুঠতে ৰাইজে টোপ গিলি ভোট দিয়াৰহে কথা আৰু।

এইবাৰ আকৌ নিযুত মইনা আঁচনি। মুঠতে ৰাইজে টোপ গিলি ভোট দিয়াৰহে কথা আৰু।
account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

বিজেপি য'ত গণ্ডগোল ত'ত।
এই খাটিখোৱা মহিলাসকলক ঠগা কবিতা কোন ? বিজেপিৰ কি হয় ?
আহক কবিতা বাইদেউক বিচাৰি অভিযান আৰম্ভ কৰোঁ।

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

বিজেপিয়ে তৃতীয় বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰিবনে ?
নৰেন্দ্ৰ মোদী ???

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

আকৌ বোলে মোদীৰ শাসনত ভাৰতত বিদেশী ৰাষ্ট্ৰৰ পৰুৱা এটাও অবৈধভাৱে সোমাব নোৱাৰে বুলি সিদিনাখন অমিত শ্বাহৰ ভাষণত শুনিলোঁ। এতিয়া দেখোন দেশৰ মুক্ত সীমাত সুৰক্ষা বাহিনীয়েই নাই।

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

নিজেই নিজেই হাঁহিয়াতৰ পাত্ৰ কেলে হৈছে অ'। চাংসাৰীৰ এইমছখনত কি কি বেমাৰৰ চিকিৎসা হয় জনাবচোন। চকুত লগা বিল্ডিঙে চিকিৎসাৰ মানদণ্ড নিৰূপন নকৰে।
মোদীৰ গেৰাণ্টিৰ কথা শুনাতকৈ ব্ৰহ্মপুত্ৰৰ পাৰত কাছৰ কণী বিচাৰি থকাই ভাল।

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

Sugarcane Breaking : অতনু দাদাই খাদ্য পালে।
অ' দাদা এইটো সাংবাদিকৰ বাবে বাৰু ব্ৰেকিং নিউজ কিন্তু ৰাজনীতিৰ আও ভাও বুজাসকলকৰ বাবে জ্ঞাত খবৰ।
আমাৰ Strategy বুজি পালেনে এতিয়া?

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

মৰমৰ কংস মামা।
চেনেহৰ শকুনি মামা।
আমাৰ চেলেপু মামা।

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

অন্ধভক্তি পৰিহাৰ কৰিলেহে সমস্যা দেখা পাব বিজুলী বাইদেউ।
উৰণীয়া সেঁতু কেইখনলৈ চাই যদি ভাবিছে গুৱাহাটীয়ে ছিংগাপুৰৰ লগত ফেৰ মাৰিব পৰা হ'ল তেতিয়া আমাৰ একো ক'বলগীয়া নাই।
বাকী জাবৰৰ দ'ম ক'ত ক'ত আছে আৰু বাৰ মাহেই পানী লিক হৈ থকা উপপথ কেইটাৰ ফটো লাগিলে ক'ব।

অন্ধভক্তি পৰিহাৰ কৰিলেহে সমস্যা দেখা পাব বিজুলী বাইদেউ। উৰণীয়া সেঁতু কেইখনলৈ চাই যদি ভাবিছে গুৱাহাটীয়ে ছিংগাপুৰৰ লগত ফেৰ মাৰিব পৰা হ'ল তেতিয়া আমাৰ একো ক'বলগীয়া নাই। বাকী জাবৰৰ দ'ম ক'ত ক'ত আছে আৰু বাৰ মাহেই পানী লিক হৈ থকা উপপথ কেইটাৰ ফটো লাগিলে ক'ব।
account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

ককাইদেউ আপুনি ভুলতে কংগ্ৰেছতে আছো বুলি ভাবি হাতৰ চিনটো টিপি থৈ অহা নাইতো।

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

কেৱল মাত্ৰ ভোটৰ অংকত আউল নালাগিবলৈহে পাভলুটি মাৰিছে নেকি কিৰেন ৰিজিজুৱে ?
এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে সংবাদমেল পাতি স্পষ্টভাৱে কোৱা কথাৰ গুৰুত্ব অপৰিসীম।
শৰ্মা ডাঙৰীয়া বিপাঙত পৰিলত অনুৰোধ ৰক্ষা কৰিহে সুৰ সলাইছে ৰিজিজুয়ে।
আমাৰ বুজিবলৈ বাকী নাই।

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

আগতে এনেকৈ কৈছিল।এতিয়া আকৌ মিঞাৰ লগত চেল্ফি উঠি তত পোৱা নাই।
কাইলৈ ভোট দিবলৈ যাওতে সংখ্যালঘু লোকসকলে এই কথাবোৰ মনত ৰাখিব।

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

1. এইবাৰৰ পৰা আৰু গৰুখুঁটিৰ উচ্ছেদৰ সময়ত কোনেও মানুহখিনিক সন্দেহযুক্ত বাংলাদেশী বুলি নক'ব,নিজৰ আপােন গৃহটো ৰক্ষাৰ বাবে টাঙোন লৈ খেদি অহা লোকজনক আৰক্ষীয়ে গুলীয়াই নামাৰিব,কোনেও মৃতদেহটোৰ ওপৰত পৈশাচিক নৃত্য নকৰিব।
2. বটদ্ৰৱাত আৰক্ষী জিন্মাত মৰা মাছ বেপাৰী ছফিকুল ইছলামৰ ঘটনাত

account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

আঁচনি লুভীয়া হিমন্তপ্ৰেমী ৰাইজৰ চকু মেল খাবনে ?

আঁচনি লুভীয়া হিমন্তপ্ৰেমী ৰাইজৰ চকু মেল খাবনে ?
account_circle
Diganta Borah(@Diganta82288504) 's Twitter Profile Photo

এটা সময় আহিব মিঞা হৈ পৰিব অসমত বিজেপিৰ ত্ৰাণকৰ্তা আৰু মূল সুঁতিৰ অসমীয়াৰ মাজত বিজেপি প্ৰায় এলাগী হৈ পৰিব।
হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ সাংগো পাংগো কংগ্ৰেছত থকা কালছোৱা আৰু ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচন সময়লৈকে কংগ্ৰেছে যিদৰে মিঞা তুষ্টিকৰণত ব্যস্ত আছিল থিক সেইদৰে বৰ্তমান

account_circle