Akhil Gogoi (@akhilgogoiag) 's Twitter Profile
Akhil Gogoi

@akhilgogoiag

Official Twitter handle of Akhil Gogoi, Member of Legislative Assembly 108-LAC Sibsagar, Assam and President of Raijor Dal.

ID: 1392498264679718913

linkhttp://www.raijordal.org calendar_today12-05-2021 15:14:13

1,1K Tweet

13,13K Takipçi

68 Takip Edilen

Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

আজি অসমৰ মুখ‍্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰৰ ভটীয়াপাৰৰ ৫ দিন ধৰি জ্বলি থকা তেল খাদটোৰ ক্ষতিগ্ৰস্ত লোকসকলক সাহায‍্য শিবিৰত সাক্ষাৎ কৰে। স্থানীয় বিধায়ক হিচাপে মই মুখ‍্যমন্ত্ৰী ডাঙৰীয়াক সমস‍্যাটো বিশদভাৱে জনালো আৰু তাৎক্ষণিকভাৱে গেছ নিৰ্গতৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে ব‍্যৱস্থা ল’বলৈ

আইগৰাকীয়ে মোক ঘৰত ভাত খোৱাবলৈ নাপাই কুকুৰা এটাকৈ বান্ধি দি পঠিয়ালে। মোক লগ পাই আইৰ চকুত আনন্দৰ, মৰমৰ চকুলো। সমষ্টিবাসীৰ এই মৰমে মোৰ হৃদয় জুৰায়❤️

Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

অ’এনজিচি গেছ নিৰ্গত হৈ থকা ভটীয়াপাৰবাসীৰ মাজত হুলস্থূল। আন্দোলন কৰিছে মানুহে। ২৫ হাজাৰ টকাৰ এককালিন সাহায‍্য বিতৰণৰ তালিকাকলৈ অসন্তুষ্ট ৰাইজ। বুজাই-বঢ়াই আহিছো। ক্ষতিগ্ৰস্তসকলৰ সকলোকে এই আৰ্থিক সাহায‍্যখিনি দিবলৈ শিৱসাগৰ জিলা আয়ুক্তক কৈ দিছোঃ Flurry and commotion among the

Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

সৈনিক শিল্পী বিষ্ণু ৰাভা অসমৰ সমাজ জীৱনৰ সকলোৰে আদৰ্শ।তেখেতৰ বিপ্লৱী কাম-কাজে আমাক সদায়ে প্ৰকৃত মুক্তিৰ পথৰ সন্ধান দিয়ে।বিষ্ণু ৰাভা দিৱস উপলক্ষে অসমীয়া সাহিত্য-কলা-সংস্কৃতিৰ সাধক তথা জাতীয় জীৱনৰ এগৰাকী অভিভাৱক, সংগ্ৰামী সত্ত্বা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক শ্ৰদ্ধাৰে

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু পানবেচা বাসী ৰাইজৰ সহযোগত আয়োজন কৰা বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ।

ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য‍্যৰ মাতৃ বীণা ভট্টাচাৰ্য‍্য আইৰ মৃত‍্যুত গভীৰভাৱে মৰ্মাহত হৈছোঁ আৰু সমুজ্জ্বলদা তথা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ

Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

বিশিষ্ট সাহিত্যিক, গল্পকাৰ সৌৰভ কুমাৰ চলিহাক আজি মৃত্যু বাৰ্ষিকীত শ্রদ্ধাৰে সুৱঁৰিছো।

Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ আইলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। Paid my tributes to the mother of Dr Samujjal Kumar Bhattacharya, Adviser of All Assam Student Union who passed away recently.

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ আইলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
Paid my tributes to the mother of Dr Samujjal Kumar Bhattacharya, Adviser of All Assam Student Union who passed away recently.
Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

আজি শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হৈ ৰংঘৰ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ৰংঘৰ চৌহদত পানী জমা হোৱা বিষয়টোৰো বুজ লয়। আগন্তুক ডেৰ মাহৰ ভিতৰত এই সমস্যা সমাধানৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলিও তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰে। Took stock of the progress

আজি শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হৈ ৰংঘৰ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ৰংঘৰ চৌহদত পানী জমা হোৱা বিষয়টোৰো বুজ লয়। আগন্তুক ডেৰ মাহৰ ভিতৰত এই সমস্যা সমাধানৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলিও তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰে।
Took stock of the progress
Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

উদয়াদিত্য ভৰালী ছাৰে আমাৰ পৰা চিৰ বিদায় ল’লে। ছাৰৰ মহাপ্ৰয়াণে মৰ্মাহত কৰিছে। তেখেত কেৱল মোৰ গুৰু নাছিল। তেখেত মোৰ পিতৃ। ৰাজনৈতিক জীৱনৰ পথ প্ৰদৰ্শক। ছাৰলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁঃ Deeply saddened by the demise of Udayaditya Bharali Sir. He was not only my Guru but was

উদয়াদিত্য ভৰালী ছাৰে আমাৰ পৰা চিৰ বিদায় ল’লে। ছাৰৰ মহাপ্ৰয়াণে  মৰ্মাহত কৰিছে। তেখেত কেৱল মোৰ গুৰু নাছিল। তেখেত মোৰ পিতৃ। ৰাজনৈতিক জীৱনৰ পথ প্ৰদৰ্শক। ছাৰলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁঃ
Deeply saddened by the demise of Udayaditya Bharali Sir. He was not only my Guru but was
Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদ্য প্ৰাক্তন সভাপতি ৰাজু বৰা, বীৰ লাচিত সেনাৰ টংলা আঞ্চলিকৰ মুখ্য সচিব দলেশ্বৰ বড়ো, ভেৰগাঁও জিলা যুৱ বি.পি.এফৰ সম্পাদক ৰবীন্দ্ৰ

মোৰ জীৱনৰ ৰং-বিৰংবোৰ জানিবলৈ, কৈশোৰ, যৌৱনকাল, মা-দেউতাৰ সৈতে সম্পৰ্ক আৰু সংগ্ৰামৰ পটভূমি জানিবলৈ এই সাক্ষাৎকাৰটো চাবই দেইঃ facebook.com/share/v/172669…

Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

আজি লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ পানীগাঁৱৰ বছাগাঁও পৰিদৰ্শন বঙলাৰ চৌহদত অনুষ্ঠিত গণ সমাৱেশত ভাষণ দিলোঁঃ

শিৱসাগৰৰ নামতি আলি পঞ্চায়তৰ প্ৰাক্তন উপ-সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যনিবাহক সদস্য ধ্ৰুৱজ্যোতি কলিতা ডাঙৰীয়াৰ পিতৃ দিনাৰাম কলিতা ডাঙৰীয়াই কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে । তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ ।

আজি অসমত বিজেপি চৰকাৰে চলাই থকা উচ্ছেদ সন্দৰ্ভত অসম চৰকাৰৰ মুখ‍্য সচিব ৰবি কুটা ডাঙৰীয়াৰ সৈতে ১ ঘণ্টীয়া বৈঠকত মিলিত হ’লোঁ।লখিমপুৰ , গোৱালপাৰা আৰু ধুবুৰী জিলাৰ উচ্ছেদিত পৰিয়ালৰ প্ৰতিনিধিও মোৰ সৈতে আছিল। দীঘলীয়া আলোচনাটোত প্ৰতিনিধিসকলৰ পক্ষৰ পৰা সকলো অভিযোগ উত্থাপন কৰা হয়।

মোৰ এজন অভিভাৱক, আমাৰ অতিকে শ্ৰদ্ধাৰ হাইদৰ (হুছেইন) খুড়াৰ সৈতে গুৱাহাটী মেডিকেল কলেজত আছোঁ। লগ পালে বুজিব কি কেপাচিটিৰ মানুহ। সেইটো প্ৰজন্মৰ প্ৰকৃত প্ৰতিনিধি , যাৰ বাবে ‘দেশ বুলিলে নালাগে আদেশ’ৰ কোনো কম্প্ৰ’মাইজ নাইঃ

আজি লখিমপুৰৰ পৰা গুণগুণ(চেতিয়া), দুলুমণি, সিহঁতৰ মাক-দেউতাক তথা মোৰ ককাইদেউ-নবৌ আৰু এটা ভাইটি আহিছিল। উদ্দেশ‍্য আমাৰ মাৰ খবৰ লোৱা। জিএমচিএইচত মাক সাক্ষাৎ কৰি গামোচা পিন্ধাই সেৱা ল’লে। কালি নিজ হাতে দুয়োজনীয়ে গামোচাখন বৈছিল বুলি জনালে। সেই গামোচাখন পিন্ধাওঁতে মাৰ যে কি ফূৰ্তি।

আজি নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত ৰাইজৰ দলৰ এখন বিশাল গণ সমাৱেশত ভাষণ দিলোঁঃ Addressed the huge public gathering at Rupohihat constituency, Nagaon district.

আজি নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত ৰাইজৰ দলৰ এখন বিশাল গণ সমাৱেশত ভাষণ দিলোঁঃ
Addressed the huge public gathering at Rupohihat constituency, Nagaon district.
Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

ৰাইজলৈ বিনম্ৰ আহ্বান : নমস্কাৰ গ্ৰহণ কৰিব । অসমৰ সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি সচেতনতাৰে লক্ষ্য ৰখা প্ৰতিগৰাকী লোকেই অৱগত যে অসমীয়া সমাজখনৰ পুৰাতন ঐতিহ্য আৰু বৈশিষ্ট্যক যেন আঘাত হনাৰ নিৰন্তৰ প্ৰয়াস চলিছে । দুৰ্ভাগ্যজনকভাৱে শাসক পক্ষৰ ফালৰ পৰাই অতি পৰিকল্পিতভাৱে

Akhil Gogoi (@akhilgogoiag) 's Twitter Profile Photo

স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সৈনিক, বিশিষ্ট ৰাজনীতিবিদ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ আজি মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।