AITC Assam (@aitc4assam) 's Twitter Profile
AITC Assam

@aitc4assam

The official Twitter handle for AITC Assam | FB: facebook.com/AITC4Assam/ | Email: [email protected]

ID: 1404764415451303936

calendar_today15-06-2021 11:35:21

2,2K Tweet

16,16K Followers

20 Following

AITC Assam (@aitc4assam) 's Twitter Profile Photo

এয়াই বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ প্ৰকৃত ৰূপ? এতিয়াও জীয়াতু ভুগিছে দেশৰ সাধাৰণ জনতাই...

CM Himanta Biswa Sarma’s government isn't solving security issues in Assam; they're creating new ones! Granting arms licenses is a reckless decision that will undoubtedly instigate violence and destabilize communities. This policy is a betrayal of public trust!

CM <a href="/himantabiswa/">Himanta Biswa Sarma</a>’s government isn't solving security issues in Assam; they're creating new ones! 

Granting arms licenses is a reckless decision that will undoubtedly instigate violence and destabilize communities. 

This policy is a betrayal of public trust!
AITC Assam (@aitc4assam) 's Twitter Profile Photo

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত সংখ্যালঘু বসতিপ্ৰধান এলেকাত খিলঞ্জীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব বুলি কৰা ঘোষণাৰ বিৰোধিতাৰে আজি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত মাননীয় সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানী আৰু দলৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদ

"অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে অসমৰ ৰাইজক সুক্ষা দিবলৈ অসমৰ্থ নেকি?"- সাংসদ সুস্মিতা দেৱ

AITC Assam (@aitc4assam) 's Twitter Profile Photo

বিগত পঞ্চায়ত নিৰ্বাচনত দলৰ ফলাফল, আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচন তথা বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি আৰু দলৰ সাংগঠিনক ক্ষেত্ৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আজি জয়ানগৰস্থিত দলৰ মুখ্য কাৰ্যালয়ত সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানীয়ে জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদ প্ৰমুখ্যে

আজি অসম প্ৰদেশ কংগ্ৰেছ তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত মাননীয় সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানী আৰু জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদ ডাঙৰীয়াৰ উপস্থিতিত দৰং জিলাৰ কেইগৰাকীমান যুৱকে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছত যোগদান কৰে।

অসমত এতিয়াও সুৰক্ষিত নহয় মহিলা। শিশু সুৰক্ষাতো বিফল বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

আজি জয়ানগৰস্থিত দলৰ মুখ্য কাৰ্যালয়ত দলৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদ ডাঙৰীয়া, সাধাৰণ সম্পাদক শিশিৰ দেৱ কলিতা, কাৰ্যালয় সম্পাদক মনোজ সেনাপতি, যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি পৰাগ দাস আৰু তৃণমূল ছাত্ৰ পৰিষদৰ সভাপতি আবুল কালাম আজাদৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

তিনিচুকীয়া জিলাত এগৰাকী ৭ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য ঘটনাৰ বিৰূদ্ধে তথা ন্যায় প্ৰদানৰ দাবীৰে আজি চচলত অসম প্ৰদেশ তৃণমূল যুৱ কংগ্ৰেছ আৰু অসম প্ৰদেশ তৃণমূল ছাত্ৰ পৰিষদৰ উদ্যোগত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়। শান্তিপূৰ্ণভাৱে এগৰাকী শিশুৰ ন্যায় প্ৰদানৰ বাবে কৰা

তিনিচুকীয়া জিলাত এগৰাকী ৭ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য ঘটনাৰ বিৰূদ্ধে তথা ন্যায় প্ৰদানৰ দাবীৰে আজি চচলত অসম প্ৰদেশ তৃণমূল যুৱ কংগ্ৰেছ আৰু অসম প্ৰদেশ তৃণমূল ছাত্ৰ পৰিষদৰ উদ্যোগত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়।
শান্তিপূৰ্ণভাৱে এগৰাকী শিশুৰ ন্যায় প্ৰদানৰ বাবে কৰা
AITC Assam (@aitc4assam) 's Twitter Profile Photo

ধিক্কাৰ, নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি শাসনাধীন অসম চৰকাৰ, ধিক্কাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ধিক্কাৰ।

AITC Assam (@aitc4assam) 's Twitter Profile Photo

বিজেপিৰ বাবে অসমৰ সাধাৰণ ৰাইজৰ আবেগ, প্ৰতিবাদৰ অলপো মূল্য নাই নে?

টেক্সৰ নামত আপোনাৰ জেপ কাটি লুটি নিয়া টকাৰে বিজেপি চৰকাৰে মাফ কৰিছে পূঁজিপতিয়ে বেংকক ঘুৰাই নিদিয়া ১৬ লাখ কোটি টকাৰ ঋণ!! মোডী হেই তৌ মুনকিন হেই 👏

কাছাৰ জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত বানত আক্ৰান্ত ৰাইজৰ দুখ-যন্ত্ৰণাৰ খবৰ লোৱাৰ লগতে তেওঁলোকৰ সুবিধাৰ্থে কিছু সাহাৰ্য্য প্ৰদান কৰা হয়।

অসম তথা সমগ্ৰ উত্তৰ-পূৱক বানৰ প্ৰলয় আৰু কেন্দ্ৰীয় চৰকাৰে কৰা অৱহেলাৰ সন্দৰ্ভত মাননীয় সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানী...

AITC Assam (@aitc4assam) 's Twitter Profile Photo

সকলোলৈ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক সকলোৱে মিলি এখন সেউজীয়া পৃথিৱী গঢ়ি তোলাৰ দিশে একেলগে অগ্ৰসৰ হওঁ।

অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক বিষয়ববীয়া চন্দন মজুমদাৰ আৰু ডিব্ৰুগড় জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি প্ৰদীপ দহোটীয়াৰ নেতৃত্বত বিশিষ্ট সমাজকৰ্মী, শিল্পী আপী ভট্টাচাৰ্যী আৰু আমছুৰ প্ৰাক্তন ৰাজ্যিক সাংগঠিনক সম্পাদক ইমতিয়াজ আলীয়ে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে।

বিশ্ব পৰিবেশ দিৱসৰ আজিৰ এই দিনটোত আমি সকলোৱে সংকল্পবদ্ধ হ’ব লাগে - বিজেপি চৰকাৰ খেদাওক, পৰিবেশ বচাওক।

বিগত পঞ্চায়ত নিৰ্বাচনত হাজোৰ ৭১ নং শনীয়াদী আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনী ফলাফলত শাসকীয় পক্ষই বে-আইনী আৰু অন‍্যায়ভাবে চৰকাৰী নিৰ্বাচনী বিষয়াক অ-নৈতিকভাৱে ব‍্যৱহাৰ কৰি নিজৰ জয় সাব‍্যস্ত কৰিব বিচৰা কুটিল ষড়যন্ত্ৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিলে তৃণমূল কংগ্ৰেছে...

AITC Assam (@aitc4assam) 's Twitter Profile Photo

মামা-মোডীৰ ফ্লপ শ্ব'... বান সাহাৰ্য্যৰ নামত বঞ্চনাৰ বলি অসম।

সমূহ ৰাইজলৈ পবিত্ৰ ঈদ-উল্-আজহা উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশাকৰো এই উৎসৱে আমাৰ একতাৰ জৰীডাল আৰু অধিক সুদৃঢ় কৰি সমাজলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি আৰু ভাতৃত্ববোধৰ বতৰা।

সমূহ ৰাইজলৈ পবিত্ৰ ঈদ-উল্-আজহা উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 
আশাকৰো এই উৎসৱে আমাৰ একতাৰ জৰীডাল আৰু অধিক সুদৃঢ় কৰি সমাজলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি আৰু ভাতৃত্ববোধৰ বতৰা।