Samujjal Borah (@samujjalnowgong) 's Twitter Profile
Samujjal Borah

@samujjalnowgong

𝔸 ℍ𝕦𝕞𝕒𝕟𝕒𝕥𝕒𝕣𝕚𝕒𝕟 || Journalist || Translator || Content Writer

ID: 4347074472

linkhttps://pib.gov.in/indexm.aspx calendar_today24-11-2015 17:30:13

7,7K Tweet

592 Takipçi

459 Takip Edilen

PIB in Assam (@pib_guwahati) 's Twitter Profile Photo

২০২২ৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; শ্ৰেষ্ঠ ফিচাৰ ফিল্ম বঁটা লাভ কৰে আট্টমে আইনা (Mirror)ৰ শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম বঁটা লাভ; শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ মাৰমাৰ্ছ অৱ দ্য জাংগলৰ সবিশেষ: pib.gov.in/PressReleasePa… PIB India Ministry of Information and Broadcasting #NationalFilmAwards2024

২০২২ৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; শ্ৰেষ্ঠ ফিচাৰ ফিল্ম বঁটা লাভ কৰে আট্টমে

আইনা (Mirror)ৰ শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম বঁটা লাভ; শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ মাৰমাৰ্ছ অৱ দ্য জাংগলৰ

সবিশেষ: pib.gov.in/PressReleasePa…

PIB India Ministry of Information and Broadcasting #NationalFilmAwards2024
Samujjal Borah (@samujjalnowgong) 's Twitter Profile Photo

“যিদিশত মহাভক্ত সৱে শ্ৰীমন্ত কমল লোচনৰ/ পৰম সন্তোষে কীৰ্তন যিটো কৰয়। সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি/ আপুনি অচ্যুতস্বৰূপ সিটো হোৱয়।।” (নামঘোষা) তিৰোভাৱ তিথিত ৰসময়ী ভকতিৰ প্ৰবক্তা মহাপুৰুষ মাধৱদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত।

“যিদিশত মহাভক্ত সৱে শ্ৰীমন্ত কমল লোচনৰ/ পৰম সন্তোষে কীৰ্তন যিটো কৰয়।
সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি/ আপুনি অচ্যুতস্বৰূপ সিটো হোৱয়।।” (নামঘোষা)

তিৰোভাৱ তিথিত ৰসময়ী ভকতিৰ প্ৰবক্তা মহাপুৰুষ মাধৱদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত।
Ranoj Pegu (@ranojpeguassam) 's Twitter Profile Photo

Congratulations to the team of faculty and researchers from Pragjyotish College, Gauhati University, and Bodoland University on discovering the Bird Dung Crab Spider (Phrynarachne Decipiens) in India for the FIRST TIME! 🕷️ This spider mimics as dung of birds, hence, rightly known as the Bird

Congratulations to the team of faculty and researchers from Pragjyotish College, Gauhati University, and Bodoland University on discovering the Bird Dung Crab Spider (Phrynarachne Decipiens) in India for the FIRST TIME! 🕷️

This spider mimics as dung of birds, hence, rightly known as the Bird
PIB in Assam (@pib_guwahati) 's Twitter Profile Photo

মাস্ক পৰিধানেৰে যক্ষ্মা প্ৰতিৰোধ কৰক! #TB বতাহত বিয়পে, এই ক্ষেত্ৰত মাস্কে আপোনাৰ ঢাল হিচাপে কাম কৰে। বীজাণুৰ সংক্ৰমণ ৰোধ কৰিবলৈ আৰু আপোনাৰ সমাজক সুৰক্ষিতকৰণৰ অৰ্থে ইয়াক পৰিধান কৰিব লাগে আমাৰ সামূহিক প্ৰচেষ্টাই এক পৰিৱৰ্তন সাধন কৰিব পাৰে #TBMuktBharat #TBHaregaDeshJeetega

মাস্ক পৰিধানেৰে যক্ষ্মা প্ৰতিৰোধ কৰক!

#TB বতাহত বিয়পে, এই ক্ষেত্ৰত মাস্কে আপোনাৰ ঢাল হিচাপে কাম কৰে। বীজাণুৰ সংক্ৰমণ ৰোধ কৰিবলৈ আৰু আপোনাৰ সমাজক সুৰক্ষিতকৰণৰ অৰ্থে ইয়াক পৰিধান কৰিব লাগে

আমাৰ সামূহিক প্ৰচেষ্টাই এক পৰিৱৰ্তন সাধন কৰিব পাৰে

#TBMuktBharat #TBHaregaDeshJeetega
PIB in Assam (@pib_guwahati) 's Twitter Profile Photo

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী Dr.L.Murugan-এ তামিল ভাষাৰ বিকাশ আৰু প্ৰসাৰ সন্দৰ্ভত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে সবিশেষ: pib.gov.in/PressReleasePa… Ministry of Information and Broadcasting PIB India DD News Assamese

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী Dr.L.Murugan-এ তামিল ভাষাৰ বিকাশ আৰু প্ৰসাৰ সন্দৰ্ভত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে

সবিশেষ: pib.gov.in/PressReleasePa…

Ministry of Information and Broadcasting PIB India DD News Assamese
PIB in Assam (@pib_guwahati) 's Twitter Profile Photo

ডঃ এল. মুৰুগানে উপ-ৰাষ্ট্ৰপতিক দিল্লী বিশ্ববিদ্যালয়ত তামিল ভাষা বিভাগ আৰু গৱেষণা কেন্দ্ৰ স্থাপন কৰিবলৈ অনুৰোধ জনায়

PIB in Assam (@pib_guwahati) 's Twitter Profile Photo

কেন্দ্ৰীয় বিত্তমন্ত্ৰী Nirmala Sitharaman-এ ১৮ ছেপ্টেম্বৰত এনপিএছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব প্ৰায় ৭৫ স্থানৰ পৰা নতুন দিল্লীৰ মূল অনুষ্ঠানত ভাৰ্চুৱেলভাৱে যোগদান শিশু চাবস্ক্ৰাইবাৰসকলক ‘প্ৰাণ’ কাৰ্ডৰে এনপিএছ বাৎসল্যত অন্তৰ্ভুক্ত কৰা হ’ব সবিশেষ: pib.gov.in/PressReleasePa…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী Nirmala Sitharaman-এ ১৮ ছেপ্টেম্বৰত এনপিএছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব

প্ৰায় ৭৫ স্থানৰ পৰা নতুন দিল্লীৰ মূল অনুষ্ঠানত ভাৰ্চুৱেলভাৱে যোগদান

শিশু চাবস্ক্ৰাইবাৰসকলক ‘প্ৰাণ’ কাৰ্ডৰে এনপিএছ বাৎসল্যত অন্তৰ্ভুক্ত কৰা হ’ব

সবিশেষ: pib.gov.in/PressReleasePa…
PIB in Assam (@pib_guwahati) 's Twitter Profile Photo

প্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন এই অভিযানৰ লক্ষ্য হৈছে ৭৯,১৫৬ কোটি টকাৰ বাজেটেৰে আকাংক্ষী জিলাসমূহৰ ৬৩,০০০ ৰো অধিক জনজাতীয় অধ্যুষিত গাঁও আৰু জনজাতীয় গাঁৱৰ চেচুৰেচন সবিশেষ: pib.gov.in/PressReleasePa… #CabinetDecisions

Ranoj Pegu (@ranojpeguassam) 's Twitter Profile Photo

Heartfelt congratulations to Kaliabor College on achieving NAAC's prestigious B++ accreditation with a CGPA of 2.8! Another remarkable feat for Assam's educational sector. May this success continue to inspire and shine bright in the days to come! Himanta Biswa Sarma

Heartfelt congratulations to Kaliabor College on achieving NAAC's prestigious B++ accreditation with a CGPA of 2.8! Another remarkable feat for Assam's educational sector. May this success continue to inspire and shine bright in the days to come!
Himanta Biswa Sarma
PIB in Assam (@pib_guwahati) 's Twitter Profile Photo

"আজি #WorldRhinoDay-ত আমি আমাৰ গ্ৰহটোৰ অন্যতম বিশেষ প্ৰজাতি গঁড়ক সুৰক্ষিতকৰণৰ অংগীকাৰৰ কথা দোহাৰো আহক। মই যোৱা বহু বছৰ ধৰি গঁড় সংৰক্ষণৰ প্ৰচেষ্টাৰে জড়িত হৈ অহা সকলোৰে শলাগ লৈছোঁ।" - প্ৰধানমন্ত্ৰী Narendra Modi

PIB in Assam (@pib_guwahati) 's Twitter Profile Photo

"ভাৰত গৰিষ্ঠ সংখ্যক এশিঙীয়া গঁড়ৰ বিচৰণভূমি হোৱা কথাটো অসীম গৌৰৱৰ কথা। মই মোৰ অসমৰ কাজিৰঙা ভ্ৰমণৰ কথাও সস্নেহে স্মৰণ কৰিছোঁ আৰু আপোনালোক সকলোকে এয়া দৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ।" - প্ৰধানমন্ত্ৰী Narendra Modi #WorldRhinoDay PMO India Chief Minister Assam Kaziranga National Park & Tiger Reserve