Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profileg
Dr. Samujjal Bhattacharjya

@SamujjalBhatta

Chief Advisor, All Assam Students' Union (AASU) & North East Students' Organisation | President, Asom Unnati Sabha | RTs & likes are not endorsements | MAA🙏🏻

ID:1183300384393031680

calendar_today13-10-2019 08:39:13

1,0K Tweet

58,8K Takipçi

376 Takip Edilen

Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU) সভাপতি দ্বীপেন বড়োৰ ৰৌতাস্থিত বাসগৃহত সদৌ অসম ছাত্ৰ সন্থা,অসম উন্নতি সভা আৰু অসম সেনাৰ সতীৰ্থসকলৰ সৈতে উপস্থিত হৈ তেখেতৰ পিতৃৰ বিয়োগত শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনাওঁ আৰু স্বৰ্গগামী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰো।

account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন আৰু শিক্ষাগুৰু,অভিভাৱক সকলক শ্ৰদ্ধা জনালোঁ।যিসকলে আশাকৰা ধৰনে ফল নাপালে,তেওলোকক হতাশ নহৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ।

ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) দ্বাৰা পৰিচালিত সৰ্বভাৰতীয় প্ৰতিযোগিতামুলক পৰীক্ষাত উত্তীৰ্ণ হৈ অসমক গৌৰৱাণ্বিত কৰা প্ৰত্যেকজন অসম সন্তানক আন্তৰিক অভিনন্দন জনাইছোঁ।

সকলোৱে নিজ নিজ কৰ্মক্ষেত্ৰখনত সফলতা লাভ কৰাৰ লগতে ৰাজ্যখনত অধিক আগবঢ়াই নিয়াত নেতৃত্ব লব বুলি আশা ৰাখিলোঁ।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) দ্বাৰা পৰিচালিত সৰ্বভাৰতীয় প্ৰতিযোগিতামুলক পৰীক্ষাত উত্তীৰ্ণ হৈ অসমক গৌৰৱাণ্বিত কৰা প্ৰত্যেকজন অসম সন্তানক আন্তৰিক অভিনন্দন জনাইছোঁ। সকলোৱে নিজ নিজ কৰ্মক্ষেত্ৰখনত সফলতা লাভ কৰাৰ লগতে ৰাজ্যখনত অধিক আগবঢ়াই নিয়াত নেতৃত্ব লব বুলি আশা ৰাখিলোঁ।
account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

এক পথ দুৰ্ঘটনাত পতিত হৈ চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি নাথ আৰু সাংস্কৃতিক সম্পাদক জ্যোতিষ বৰদলৈৰ মৃত্যু হোৱাত অত্যন্ত মৰ্মাহত হৈছোঁ।আমাৰ বাবে এক ভাৱিব নোৱাৰা,অসহনীয় ঘটনা।

সদৌ অসম ছাত্ৰ সন্থাৰ অতি নিষ্ঠাৱান নেতা দুগৰাকীৰ অকাল মৃত্যু আছু পৰিয়ালৰ

এক পথ দুৰ্ঘটনাত পতিত হৈ চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি নাথ আৰু সাংস্কৃতিক সম্পাদক জ্যোতিষ বৰদলৈৰ মৃত্যু হোৱাত অত্যন্ত মৰ্মাহত হৈছোঁ।আমাৰ বাবে এক ভাৱিব নোৱাৰা,অসহনীয় ঘটনা। সদৌ অসম ছাত্ৰ সন্থাৰ অতি নিষ্ঠাৱান নেতা দুগৰাকীৰ অকাল মৃত্যু আছু পৰিয়ালৰ
account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু নৱবৰ্ষৰ হিয়াভৰা ওলগ আৰু শ্ৰদ্ধা জনালোঁ।বহাগে আৰম্ভ কৰা নতুন বছৰটো সকলোৰে বাবে আশাৰ বছৰ হওক।

নৱবৰ্ষই সকলোৰে বাবে সুখ,শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক-তাৰবাবে প্ৰাৰ্থনা জনাইছোঁ।

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু নৱবৰ্ষৰ হিয়াভৰা ওলগ আৰু শ্ৰদ্ধা জনালোঁ।বহাগে আৰম্ভ কৰা নতুন বছৰটো সকলোৰে বাবে আশাৰ বছৰ হওক। নৱবৰ্ষই সকলোৰে বাবে সুখ,শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক-তাৰবাবে প্ৰাৰ্থনা জনাইছোঁ। #BohagBihu #Bihu
account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

ঐতিহাসিক জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুৰ কেইটামান মুহুৰ্ত্ত

ঐতিহাসিক জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুৰ কেইটামান মুহুৰ্ত্ত
account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

অসমৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজক ঈদ-উল-ফিটৰৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ।
পৱিত্ৰ ৰমজান মাহৰ অন্তত পালন কৰা এই উৎসৱে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন দৃঢ়তৰ কৰাৰ লগতে ৰাজ্যখনলৈ সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা কৰিছোঁ

অসমৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজক ঈদ-উল-ফিটৰৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। পৱিত্ৰ ৰমজান মাহৰ অন্তত পালন কৰা এই উৎসৱে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন দৃঢ়তৰ কৰাৰ লগতে ৰাজ্যখনলৈ সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা কৰিছোঁ #EidMubarak
account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

বিশিষ্ট সাহিত্যিক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং টেৰাঙ ছাৰ অসুস্থ হৈ গুৱাহাটীৰ এক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হব লগা হোৱাত আমি উদ্বিগ্ন।তেখেতৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

সাহিত্যিক গৰাকীৰ সুচিকিৎসাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ্বান

account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

যশস্বী সাহিত্যিক,সাহিত্য অকাদেমী বটাঁ বিজয়ী ড° প্ৰণৱজ্যোতি ডেকাৰ বিয়োগৰ বাতৰিত অত্যন্ত মৰ্মাহত হৈছোঁ।অনন্য সৃষ্টিৰে সাহিত্যৰ ভৰালখন চহকী কৰি থৈ যোৱা বিশিষ্ট গৱেষক গৰাকীৰ মৃত্যু ৰাজ্যখনৰ বাবে এক বৃহৎ ক্ষতি।

শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ

যশস্বী সাহিত্যিক,সাহিত্য অকাদেমী বটাঁ বিজয়ী ড° প্ৰণৱজ্যোতি ডেকাৰ বিয়োগৰ বাতৰিত অত্যন্ত মৰ্মাহত হৈছোঁ।অনন্য সৃষ্টিৰে সাহিত্যৰ ভৰালখন চহকী কৰি থৈ যোৱা বিশিষ্ট গৱেষক গৰাকীৰ মৃত্যু ৰাজ্যখনৰ বাবে এক বৃহৎ ক্ষতি। শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ
account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

অসমৰ খিলঞ্জীয়াৰ স্বাভিমানৰ প্ৰতীক বিহু ঢোল,জাপি,সৰ্থেবাৰীৰ কাঁহ-পিতল উদ্যোগ,চিফুঙ,বড়ো গামোচা,এৰি সূতা,দখনা,চাৰজা,খাম,গগনা,মিচিং জনগোষ্ঠীৰ হস্ততাত শিল্পকে ধৰি বহুকেইটা থলুৱা শিল্পক GI Tag প্ৰদান কৰাত আমি অতিশয় গৌৰৱাণ্বিত।এই শিল্পৰ লগত জড়িত সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ।

এনে

account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

অসমীয়া জাতীয় জীৱনৰ মহীৰূহ,সাহিত্যিক বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত অত্যন্ত ব্যথিত হৈছোঁ।জাতিৰ প্ৰতিটো সংকটত বাটৰ সন্ধান দি তেখেতে অভিভাৱকত্ব প্ৰদান কৰি আহিছিল।ঐতিহাসিক অসম আন্দোলনত তেখেতে বৌদ্ধিক দিহা-পৰামৰ্শৰ লগতে সকলো দিশতে সণ্মুখৰ পৰা নেতৃত্ব দিছিল।নীৰৱ ভাষাবিদ গৰাকীৰ বিয়োগত

বড়ো জনগোষ্ঠীৰ সৰ্বাঙ্গীন বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আজি জণ্মদিৱস।বড়ো সমাজৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে তেখেতে আগবঢ়োৱা অৱদান অতুলনীয়।

বডোফাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

বড়ো জনগোষ্ঠীৰ সৰ্বাঙ্গীন বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আজি জণ্মদিৱস।বড়ো সমাজৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে তেখেতে আগবঢ়োৱা অৱদান অতুলনীয়। বডোফাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

অসমৰ জনসাধাৰণক পৱিত্ৰ দৌল আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ প্ৰীতি আৰু শুভেচ্ছা জনালোঁ।বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ ৰঙৰ সংমিশ্ৰনে ৰাজ্যবাসীৰ মাজত ভ্ৰাতৃত্ববোধৰ এনাজৰী অঘিক কটকটীয়া কৰিব বুলি আশা কৰিলোঁ।

ফাকুৱাৰ ৰঙে সকলোৰে জীৱন সমৃদ্ধ কৰক-তাৰেই কামনা কৰিছোঁ।

অসমৰ জনসাধাৰণক পৱিত্ৰ দৌল আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ প্ৰীতি আৰু শুভেচ্ছা জনালোঁ।বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ ৰঙৰ সংমিশ্ৰনে ৰাজ্যবাসীৰ মাজত ভ্ৰাতৃত্ববোধৰ এনাজৰী অঘিক কটকটীয়া কৰিব বুলি আশা কৰিলোঁ। ফাকুৱাৰ ৰঙে সকলোৰে জীৱন সমৃদ্ধ কৰক-তাৰেই কামনা কৰিছোঁ। #HappyHoli
account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

ৰাতিপুৱাই দু:সংবাদটো পাই অত্যন্ত মৰ্মাহত হলো।এক অসহনীয় খবৰ।সদৌ লক্ষিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক,ভাতৃপ্ৰতীম স্বৰাজ শংকৰ গগৈ আমাৰ মাজৰ পৰা আতৰি গল।এটা ভাৱিব নোৱাৰা ঘটনা।

সদৌ অসম ছাত্ৰ সন্থাৰ অতি নিষ্ঠাৱান নেতা স্বৰাজৰ অকাল মৃত্যু আছু পৰিয়ালৰ বাবে এক অপূৰণীয় ক্ষতি।

ৰাতিপুৱাই দু:সংবাদটো পাই অত্যন্ত মৰ্মাহত হলো।এক অসহনীয় খবৰ।সদৌ লক্ষিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক,ভাতৃপ্ৰতীম স্বৰাজ শংকৰ গগৈ আমাৰ মাজৰ পৰা আতৰি গল।এটা ভাৱিব নোৱাৰা ঘটনা। সদৌ অসম ছাত্ৰ সন্থাৰ অতি নিষ্ঠাৱান নেতা স্বৰাজৰ অকাল মৃত্যু আছু পৰিয়ালৰ বাবে এক অপূৰণীয় ক্ষতি।
account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

Extending heartfelt gratitude Ratan N. Tata Sir for your faith in Assam and its people to set up the Tata semiconductor facility in our State. The facility will not only garner global attention for the state but will profoundly benefit the youth of the region, both socially and

account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা CAA ৰ বিধিক(Rules) প্ৰত্যাহ্বান জনাই কৰা আৱেদনৰ আজি শুনানি হয়।
উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ২ এপ্ৰিলৰ ভিতৰত আৱেদনসমূহৰ উত্তৰ দিবলৈ কয়।পৰৱৰ্ত্তী শুনানিৰ দিন ৯ এপ্ৰিলত ধাৰ্য্য কৰা হৈছে।
শুনানি একে সময়তে হব যদিও অসম,ত্ৰিপুৰা

account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা নাগৰিকত্ব সংশোধনী আইনৰ(CAA) নিয়মাৱালীক(Rules) প্ৰত্যাহ্বান আৰু ইয়াৰ স্থগিতকৰনৰ বাবে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থাই(NESO) উচ্চতম ন্যায়ালয়ত আজি এক আবেদন দাখিল কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উমৈহতীয়া ছাত্ৰ সংগঠন নেছ’ ই দাখিল কৰা এই আৱেদন সমগ্ৰ

account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ আলোচনা সভা - ১৬ মাৰ্চ ২০২৪

গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ আলোচনা সভা - ১৬ মাৰ্চ ২০২৪
account_circle
Dr. Samujjal Bhattacharjya(@SamujjalBhatta) 's Twitter Profile Photo

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিলৰ দাবীত ৰাজ্যজুৰি সত্যাগ্ৰহ

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিলৰ দাবীত ৰাজ্যজুৰি সত্যাগ্ৰহ
account_circle