profile-img
Assam Police

@assampolice

Official Twitter handle of Assam Police for positive engagement with all stakeholders in society.

calendar_today05-08-2015 09:23:53

28,6K Tweets

288,5K Followers

123 Following

Assam Police(@assampolice) 's Twitter Profile Photo

এগৰাকী দূৰদৰ্শী ব্যক্তিৰ নেতৃত্বত এটা দলে নিসন্দেহে অনবদ্য কামেই কৰিব!

DGP Assam ৰ দায়িত্ব গ্ৰহণ কৰা শ্রী GP Singh মহোদয়লৈ আমাৰ আন্তৰিক অভিনন্দন।

আপোনাৰ বলিষ্ঠ নেতৃত্বত আমি নিশ্চিতভাৱে জনমুখী আৰক্ষী ব্যৱস্থাৰ এক ন-অধ্যায় ৰচিবলৈ সক্ষম হ’ম।

এগৰাকী দূৰদৰ্শী ব্যক্তিৰ নেতৃত্বত এটা দলে নিসন্দেহে অনবদ্য কামেই কৰিব! @DGPAssamPolice ৰ দায়িত্ব গ্ৰহণ কৰা শ্রী @gpsinghips মহোদয়লৈ আমাৰ আন্তৰিক অভিনন্দন। আপোনাৰ বলিষ্ঠ নেতৃত্বত আমি নিশ্চিতভাৱে জনমুখী আৰক্ষী ব্যৱস্থাৰ এক ন-অধ্যায় ৰচিবলৈ সক্ষম হ’ম।
account_circle