Dhemaji Police (@dhemajipolice) 's Twitter Profile
Dhemaji Police

@dhemajipolice

জনহিত জনসেৱাৰ্থে - Dhemaji, Assam Police for you 24x7x365.
For any evidence/ information reach us on our dedicated WhatsApp no 8876444415

ID: 3780528013

calendar_today04-10-2015 11:18:55

1,1K Tweet

4,4K Followers

117 Following

Assam Police (@assampolice) 's Twitter Profile Photo

চাইবাৰ অপৰাধৰ ঘটনাক অলক্ষিতে যাবলৈ নিদিব । ডিজিটেল মাধ্যমক সুৰক্ষিত কৰাত আপোনাৰ সতৰ্কতা জৰুৰী । cybercrime.gov.in ত চাইবাৰ অপৰাধৰ অভিযোগ দাখিল কৰক।

চাইবাৰ অপৰাধৰ ঘটনাক অলক্ষিতে যাবলৈ নিদিব ।

ডিজিটেল মাধ্যমক সুৰক্ষিত কৰাত আপোনাৰ সতৰ্কতা জৰুৰী ।

cybercrime.gov.in ত চাইবাৰ অপৰাধৰ অভিযোগ দাখিল কৰক।
Dhemaji Police (@dhemajipolice) 's Twitter Profile Photo

#জনহিতজনসেৱাৰ্থে ধাৰাবাহিকতা অব্যাহত ৰাখি ধেমাজি আৰক্ষীয়ে পুনৰ বিভিন্ন অঞ্চলৰ পৰা ১৫(পোন্ধৰ)টা হেৰোৱা মোবাইল ফোন উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক গতাই দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়। Chief Minister Assam Assam Police DGP Assam GP Singh

#জনহিতজনসেৱাৰ্থে
ধাৰাবাহিকতা অব্যাহত ৰাখি ধেমাজি আৰক্ষীয়ে পুনৰ বিভিন্ন অঞ্চলৰ পৰা ১৫(পোন্ধৰ)টা হেৰোৱা মোবাইল ফোন  উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক গতাই দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়।
Chief Minister Assam
Assam Police
DGP Assam
GP Singh
Assam Police (@assampolice) 's Twitter Profile Photo

Every child deserves to dream, not be bound by marriage. Let them chase their hopes, not lose them to a life they’re not ready for. #ChildNotBride Himanta Biswa Sarma

Every child deserves to dream, not be bound by marriage.

Let them chase their hopes, not lose them to a life they’re not ready for.

#ChildNotBride

Himanta Biswa Sarma
Assam Police (@assampolice) 's Twitter Profile Photo

Important Alert! Assam Police Recruitment! PST & PET is scheduled from 03-10-2024. Candidates will be able to download their Admit Cards from 23-09-2024, from the SLPRB website. Visit slprbassam.in

Important Alert!
Assam Police Recruitment!

PST &  PET is scheduled from 03-10-2024.

Candidates will be able to download their Admit Cards from 23-09-2024, from the SLPRB website.

Visit  slprbassam.in
Dhemaji Police (@dhemajipolice) 's Twitter Profile Photo

#জনহিতজনসেৱাৰ্থে ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইং ১৯.০৯.২০২৪ তাৰিখে জোনাই থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এজন ব্যক্তিক আটক কৰাৰ লগতে ২৬.৮৭ গ্ৰাম সন্দেহযুক্ত হিৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। Chief Minister Assam Assam Police GP Singh

#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইং ১৯.০৯.২০২৪ তাৰিখে জোনাই থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এজন ব্যক্তিক আটক কৰাৰ লগতে ২৬.৮৭ গ্ৰাম সন্দেহযুক্ত হিৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।
Chief Minister Assam
Assam Police
GP Singh
Assam Police (@assampolice) 's Twitter Profile Photo

The season of festivities is now upon us. Apply for an NOC for Cultural Events, easily through Assam Police Seva Setu Portal! Visit: polcitizen.assam.go.in for quick and hassle-free applications. #OneRightClick

The season of festivities is now upon us.

Apply for an NOC for Cultural Events, easily through Assam Police Seva Setu Portal!

Visit: polcitizen.assam.go.in for quick and hassle-free applications.

#OneRightClick
Assam Police (@assampolice) 's Twitter Profile Photo

We remain committed to protecting our one-horned gentle giants, the pride of Assam. Let’s work together to conserve these majestic creatures for future generations. #WorldRhinoDay Himanta Biswa Sarma GP Singh Hardi Singh

We remain committed to protecting our one-horned gentle giants, the pride of Assam.

Let’s work together to conserve these majestic creatures for future generations.

#WorldRhinoDay

Himanta Biswa Sarma GP Singh Hardi Singh
Dhemaji Police (@dhemajipolice) 's Twitter Profile Photo

#জনহিতজনসেৱাৰ্থে ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি আজি লিকাবালি তহলদাৰী চকী আৰক্ষীয়ে অভিযান চলাই এখন টাটা য়ুদ্ধা বাহন সহ দুজন ব্যক্তিক আটক কৰাৰ লগতে ১১০ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। Chief Minister Assam Assam Police GP Singh

#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি আজি লিকাবালি তহলদাৰী চকী আৰক্ষীয়ে অভিযান চলাই  এখন টাটা য়ুদ্ধা বাহন সহ দুজন ব্যক্তিক আটক কৰাৰ লগতে  ১১০ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
Chief Minister Assam Assam Police
GP Singh
Dhemaji Police (@dhemajipolice) 's Twitter Profile Photo

#জনহিতজনসেৱাৰ্থে ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানৰ ভিত্তিত যোৱা ইংৰাজী ২৩.০৯.২০২৪ তাৰিখে গোগামুখ আৰু গেৰুকামুখ আৰক্ষীয়ে যৌথ অভিযান চলাই এখন টাটা পাঞ্চ বাহন(AS-07-W2885) সহ প্ৰায় ৪৫ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। Chief Minister Assam Assam Police DGP Assam

#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানৰ ভিত্তিত যোৱা ইংৰাজী ২৩.০৯.২০২৪ তাৰিখে  গোগামুখ আৰু গেৰুকামুখ  আৰক্ষীয়ে  যৌথ অভিযান চলাই এখন টাটা পাঞ্চ বাহন(AS-07-W2885) সহ প্ৰায় ৪৫ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
Chief Minister Assam
Assam Police
DGP Assam
Assam Police (@assampolice) 's Twitter Profile Photo

Hold her hand to uplift, not to bind. Child marriage shatters dreams and futures. Let’s unite to protect our daughters and ensure they grow up safe, educated, and empowered. #ChildNotBride Himanta Biswa Sarma

Hold her hand to uplift, not to bind.

Child marriage shatters dreams and futures.

Let’s unite to protect our daughters and ensure they grow up safe, educated, and empowered.

#ChildNotBride

Himanta Biswa Sarma
Dhemaji Police (@dhemajipolice) 's Twitter Profile Photo

#জনহিতজনসেৱাৰ্থে ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইং ২৪.০৯.২০২৪ তাৰিখে চিলাপথাৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰাৰ লগতে ০.৯১ গ্ৰাম সন্দেহযুক্ত হিৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। Chief Minister Assam Assam Police DGP Assam GP Singh

#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইং ২৪.০৯.২০২৪ তাৰিখে চিলাপথাৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰাৰ লগতে ০.৯১ গ্ৰাম সন্দেহযুক্ত হিৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।
Chief Minister Assam
Assam Police
DGP Assam
GP Singh